diff --git a/docs/HOWTO-as.md b/docs/HOWTO-as.md
new file mode 100644
index 000000000..cfc40b672
--- /dev/null
+++ b/docs/HOWTO-as.md
@@ -0,0 +1,34 @@
+# এক দৃষ্টিত কেনেকৈ
+
+
+
+*[ইয়াক আন ভাষাত পঢ়ক](README.md#translations)*
+
+
+
+**`Free-Programming-Books` লৈ স্বাগতম!**
+
+আমি নতুন অৱদানকাৰীসকলক স্বাগতম জনাওঁ; আনকি সেইসকলকো যিসকলে GitHub ত তেওঁলোকৰ একেবাৰে প্ৰথম Pull Request (PR) কৰি আছে। যদি আপুনি তেওঁলোকৰ মাজৰ এজন, তেন্তে ইয়াত কেইটামান সম্পদ আছে যি সহায়ক হ'ব পাৰে:
+
+* [Pull request সমূহৰ বিষয়ে](https://docs.github.com/en/pull-requests/collaborating-with-pull-requests/proposing-changes-to-your-work-with-pull-requests/about-pull-requests)
+* [এটা pull request সৃষ্টি কৰা](https://docs.github.com/en/pull-requests/collaborating-with-pull-requests/proposing-changes-to-your-work-with-pull-requests/creating-a-pull-request)
+* [GitHub Hello World](https://docs.github.com/en/get-started/quickstart/hello-world)
+* [YouTube - নবীনসকলৰ বাবে GitHub টিউটৰিয়েল](https://www.youtube.com/watch?v=0fKg7e37bQE)
+* [YouTube - এটা GitHub ৰেপো কেনেকৈ Fork কৰিব আৰু Pull Request দাখিল কৰিব](https://www.youtube.com/watch?v=G1I3HF4YWEw)
+* [YouTube - Markdown ক্ৰেছ কোৰ্চ](https://www.youtube.com/watch?v=HUBNt18RFbo)
+
+
+প্ৰশ্ন সুধিবলৈ দ্বিধাবোধ নকৰিব; প্ৰতিজন অৱদানকাৰী প্ৰথম PR ৰে আৰম্ভ কৰিছিল। গতিকে... কিয় আমাৰ [বৃহৎ, ক্ৰমবৰ্ধমান](https://www.apiseven.com/en/contributor-graph?chart=contributorOverTime&repo=ebookfoundation/free-programming-books) সম্প্ৰদায়ত যোগদান নকৰে।
+
+
+ব্যৱহাৰকাৰী বনাম সময়ৰ গ্ৰাফ চাবলৈ ক্লিক কৰক।
+
+[](https://www.apiseven.com/en/contributor-graph?chart=contributorOverTime&repo=ebookfoundation/free-programming-books)
+
+[](https://www.apiseven.com/en/contributor-graph?chart=contributorMonthlyActivity&repo=ebookfoundation/free-programming-books)
+
+
+
+আনকি যদি আপুনি এজন অভিজ্ঞ মুক্ত উৎস অৱদানকাৰী, তথাপিও কিছুমান কথা আছে যিয়ে আপোনাক বিভ্ৰান্ত কৰিব পাৰে। আপুনি আপোনাৰ PR দাখিল কৰাৰ পিছত, ***GitHub Actions* এ এটা *linter* চলাব, প্ৰায়ে spacing বা alphabetization ৰ সাৰু সমস্যা বিচাৰি পায়**। যদি আপুনি এটা সেউজীয়া বুটাম পায়, সকলো পৰ্যালোচনাৰ বাবে সাজু; কিন্তু যদি নহয়, বিফল হোৱা check ৰ তলত "Details" ত ক্লিক কৰি জানি লওক linter টোৱে কি ভাল পোৱা নাই, আৰু সমস্যাটো সমাধান কৰি আপোনাৰ PR খোলা শাখাত নতুন commit এটা যোগ কৰক।
+
+অৱশেষত, যদি আপুনি নিশ্চিত নহয় যে আপুনি যোগ কৰিব বিচৰা সম্পদটো `Free-Programming-Books` ৰ বাবে উপযুক্ত হয়, [CONTRIBUTING](CONTRIBUTING.md) *([অনুবাদসমূহো](README.md#translations) উপলব্ধ)* ত থকা নিৰ্দেশনাসমূহ পঢ়ক।